আজিৰ শিৰোনাম ||  ১ মে' ২০২০ ||

► কৰোণাই যুঁজ দিবলৈ প্রস্তুত হৈছে ১০২ ভেকচিন: বিশ্ব স্বাস্থ্য সংস্থা
► দু’মাহত সংবাদপত্রৰ জগতত ক্ষতি ৪৫০০ কোটি টকা
► মা-মাটিৰ মানুহ অসমৰ দুজন জনপ্ৰতিনিধিৰ জীৱন প্ৰৱাহ
► ৰাজ্যপালৰ শাসনক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰ
► উবেৰে চাটাই কৰিব বিশ্বজুৰি ২০ শতাংশ কর্মচাৰী
► মে’ মাহতে উৎপাদনক্ষম হ’ব নামৰূপ তাপ বিদ্যুত প্ৰকল্পৰ ৰিপ্লেচমেণ্ট প্লাণ্ট
► মুম্বাইত ক’ৰোনাত আক্রান্ত ১৭১ সাংবাদিক সুস্থ
► মৰিয়নিত পাবজিয়ে প্ৰাণ ল'লে যুৱকৰ
► ৰাজ্যৰ পর্যটন উদ্যোগ বিধবস্ত
► দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ