অসমত আৰু ২ জন কৰোনা আক্ৰান্ত, মুঠ আক্ৰান্ত ৬২লৈ বৃদ্ধি
আজি যোৰহাটত তিনিজন ক’ভিড-১৯ পজিটিভ চিনাক্ত হয় |
তিনিজনৰ এজন মুম্বাইৰ পৰা অহা এম্বুলেন্সৰ ড্ৰাইভাৰ | ইতিমধ্যে ড্ৰাইভাৰজনক মুম্বাইলৈ ওভতাই পঠোৱা হৈছে। তাৰে দুজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে | স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে |
Alert ~ 3 people, incl an Ambulance Driver from Mumbai who drove the 2, test #COVID19 + in Jorhat. Driver sent back to Mumbai. 2 are at JMCH since their arrival in Jorhat.
— Himanta Biswa Sarma (@himantabiswa) May 9, 2020
↗️#COVID19 patients in Assam 62
↗️Active cases 27
↗️Discharged 34
Update10.20 pm/May 9#AssamCovidCount