হোজাইৰ বিধায়ক শিলাদিত্যৰ পদত্যাগ

হোজাইৰ বিধায়ক শিলাদিত্যৰ পদত্যাগ

 

গুৰুত্বহীন হৈছে নেকি হোজাইৰ বিধায়ক শিলাদিত্য দেৱ । নাই বিতৰ্কিত কথা কোৱাৰ বাবেই বিজেপিৰ ৰাজ্যিক নেতৃবৰ্গই গুৰুত্ব নিদিয়া হৈছে । আনকি তেওঁ ফোনও নধৰা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে । সেইহে তেওঁ বিজেপিৰ পৰা অব্যাহতি লব বিচাৰিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে । ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে  ৰাজ্যিক সভাপতিলৈ । অহা ১৪ জুলাই আনুষ্ঠানিকভাবে পদত্যাগ কৰিব বিধায়কজনে । এই সন্দৰ্ভত কি কলে সংবাদ মাধ্যমৰ আগত চাওক এই প্ৰতিবেদন ।