ইতিহাসৰ পাতত আজিৰ দিনটো

ইতিহাসৰ পাতত আজিৰ দিনটো
আজিৰ দিনটো

১৫ মে' হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰ শেষ হ'বলৈ ২৩০ দিন বাকী থাকে।

 ১৯৯৬ চনৰ আজিৰ দিনটোতেই  প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈছিল।

১৮৫০ চনৰ আজিৰ দিনটোতেই   গ্রেট ব্রিটেন আৰু আর্জেন্টিনাৰ মাজত  "বিদ্যমান পার্থক্য" সমাপ্ত কৰি আৰাণ দক্ষিণ চুক্তিখন অনুমোদিত হৈছিল।

১৮৫৮ -চনৰ আজিৰ দিনটোতেই    লন্ডনৰ কোভেন্ট গার্ডেনত বর্তমান ৰয়েল অপেৰা হাউচৰ উদ্বোধন।

১৮৬২ -চনৰ আজিৰ দিনটোতেই    ৰাষ্ট্রপতি আব্রাহাম লিংকনে মার্কিন যুক্তৰাষ্ট্রৰ কৃষি বিভাগৰ এখন বিলত স্বাক্ষৰ কৰিছিল। পিছত ইয়াৰ নামাকৰণ কৰা হয় মার্কিন যুক্তৰাষ্ট্রৰ কৃষি বিভাগ।

১৭৭৩ -চনৰ আজিৰ দিনটোতেই   ক্লেমেন্স ভন মেটৰনিখ, জার্মান-অস্ট্রিয়ান ৰাজনীতিবিদ, ৰাষ্ট্রনায়ক আৰু নিজৰ যুগৰ একজন গুৰুত্বপূর্ণ কূটনীতিকৰ জন্ম হয়। (মৃ. ১৮৫৯)

১৮১৭ -চনৰ আজিৰ দিনটোতেই   দেবেন্দ্ৰ নাথ ঠাকুৰ ভাৰতৰ ধর্মীয় সংস্কাৰকবীন্দ্রনাথ ঠাকুৰৰ পিতাকৰ জন্ম হয়। ।

১৮৫৯ -চনৰ আজিৰ দিনটোতেই   পিয়েৰ কুৰীৰ, নোবেল পুৰস্কাৰ বিজয়ী ফৰাছী পদার্থবিজ্ঞানীৰ জন্ম হয়। ।

১৯৬৭ - চনৰ আজিৰ দিনটোতেই   মাধুৰী দীক্ষিত, প্রখ্যাত ভাৰতীয় চলচ্চিত্র অভিনেত্রী জন্ম হয়। ।

১৯৩৫ -চনৰ আজিৰ দিনটোতেই   টেড ডেক্সটা, বিখ্যাত ইংৰা ক্রিকেটাৰৰ জন্ম হয়।