মাজুলীত সোৱনশিৰি বানত বুৰিল চি আৰ পি এফৰ কেম্প

মাজুলীত সোৱনশিৰি বানত বুৰিল চি আৰ পি এফৰ কেম্প

ব্ৰহ্মপুত্ৰ ৰ জলস্থৰ স্থবিৰ হৈছে যদিও মাজুলী উত্তৰ পাৰে থকা সোৱনশিৰি নদীৰ পানী বাঢ়িয়েই আছে । যাৰ ফলত পৰিবেশ অধিক জটিল হৈছে পৰিবেশ। মাজুলী গড়মূৰ স্থিত CRPF চি আৰ পি এফ কেম্পত যোৱা ৰাতি পানী সোমাই যোৱাত জোৱান সকলৰ মাজত হাহাকাৰ লাগে । জোৱান সকলে বয়বস্তূ লৈ উখ স্থানলৈ উঠি আহে। কেম্পটো সম্পূৰ্ণ ৰূপে সোৱনশিৰি বানৰ কৱলত পৰাত পুৱাৰ পৰা বয়বস্তূ কঢ়িওৱা ত লাগি পৰিছে জোৱান সকল।